Wednesday, December 18, 2013

অন্তৰাৰ ডায়েৰী ...



মোৰ সুপ্ত বাগিচাত
একুৰি এনিশাৰ সাধুকথা ...

চুই চাবা ,
মৰহি যাম আৱেগবোৰ সাৱটি ৷

মোৰ পদূলিত নৈঃশব্দ্যৰে গান ...













3 comments:

  1. সচাঁকৈয়ে বৰ ভাল লাগিল দেই পঢ়ি ৷

    ReplyDelete
  2. কবিতাটো খুবেই উপভোগ্য হৈছে ৷

    ReplyDelete