একলম...

..."অনুৰণন" হৈছে এমুঠি ভিন্নধৰ্মী অনুভৱৰ কৰণি ৷ শব্দৰপৰা হৃদয়লৈ এক অবিৰত পৰিক্ৰমাৰ বিনম্ৰ প্ৰয়াস এয়া ৷...


মই সপোন দেখি ভালপাওঁ ৷ তাতোকৈ বেছি ভালপাওঁ সপোনবোৰ আৰু মনৰ অনুভূতিবোৰ সজাই-পৰাই পৰিৱেশন কৰি ৷ এইবোৰ বৰ বেছি ভাল নহ'লেও সেয়াই মোৰ মনৰ নিভাঁজ সন্তুষ্টি ৷

আশা কৰোঁ, আপোনালোকে মোৰ লেখনিসমূহ আদৰি লৈ মোক পৰম উৎসাহিত কৰিব ৷ আপোনালোকেই ইয়াৰ চালিকাশক্তি ৷ আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শলৈ আগ্ৰহেৰে বাট চাই ৰ'লোঁ ৷

এইখিনিতে আপোনালোক সদৌটিলৈকে মোৰ অকৃত্ৰিম শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ৷

                                                         

                                           - ডেভিদ স্বৰ্গীয়াৰী

##




6 comments:

  1. ব্লগটো সম্পৰ্কে আপোনালোকৰ বহুমূলীয়া মন্তব্য তথা দিহা-পৰামৰ্শলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰ'লোঁ ...

    ReplyDelete
    Replies
    1. ব্লগটো খুবেই সুন্দৰ হৈছে ৷ এই যাত্ৰা অব্যাহত ৰাখা ৷

      Delete
    2. ব্লগটো পঢ়ি সচাঁকৈয়ে আনন্দিত হ'লোঁ ৷ খুব সুন্দৰ হৈছে ৷

      Delete
  2. আগলৈকো ভাল ভাল লেখনি পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ ৷

    ReplyDelete
  3. তোমাৰ সপোন সাৰ্থক হওক- তাৰেই কামনা কৰিলোঁ ৷ এইদৰেই আগবাঢ়ি যোৱা জীৱন পথত ৷ তুমি সফল নোহোৱাৰ কোনো প্ৰশ্নই নাহে ৷

    ReplyDelete
  4. Blog টো পঢ়ি ভাল লাগিল

    ReplyDelete