Sunday, December 30, 2012

Welcome স্বাগতম

Welcome to the blog অনুৰণন (ANURANAN)
                                          -Devid Swargiary ডেভিদ স্বৰ্গীয়াৰী



কলমৰ সীৰলুত ৰচা এই সপোন
এসাগৰ নীলাৰে দিয়া উপচাই ,
প্ৰস্ফুটিত হওক তাত আশাৰ ৰেঙণি
জীৱনৰ শত সুৰভি বিলাই ৷

1 comment:

  1. এমুঠি সৃষ্টি সম্ভাৰ লৈ " শব্দৰপৰা হৃদয়লৈ " ৷ অনুভূতিৰ এমুঠি ফুল ৷

    ReplyDelete