অনুৰণন
শব্দৰপৰা হৃদয়লৈ এক অবিৰত পৰিক্ৰমা ...
পৃষ্ঠাসমূহ :
একলম...
চ'ৰাঘৰ
অনুভৱৰ এমুঠি
স্পন্দন
ৰূপালী ঢৌৰ কথাৰে ...
অন্তৰা
ঝৰ্ণা...
New Horizon
Wednesday, December 18, 2013
শব্দৰপৰা হৃদয়লৈ যাত্ৰা যাৰ ...
সুৰীয়া বাসনাই চুই যোৱা
এপিয়লা আৱেগৰ ৰঙেৰে
এটি নিভাঁজ আবেলিৰ গান -
বিয়পি পৰিছেহি
শব্দৰপৰা হৃদয়লৈ ,
অনুভৱৰ নীলাভ দুবৰিত ৷
চাই আছোঁ মই
শূন্যতাৰ দুটি শব্দ সিঁচি ...
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment