একলম...
..."অনুৰণন" হৈছে এমুঠি ভিন্নধৰ্মী অনুভৱৰ কৰণি ৷ শব্দৰপৰা হৃদয়লৈ এক অবিৰত পৰিক্ৰমাৰ বিনম্ৰ প্ৰয়াস এয়া ৷...
মই সপোন দেখি ভালপাওঁ ৷ তাতোকৈ বেছি ভালপাওঁ সপোনবোৰ আৰু মনৰ অনুভূতিবোৰ সজাই-পৰাই পৰিৱেশন কৰি ৷ এইবোৰ বৰ বেছি ভাল নহ'লেও সেয়াই মোৰ মনৰ নিভাঁজ সন্তুষ্টি ৷
আশা কৰোঁ, আপোনালোকে মোৰ লেখনিসমূহ আদৰি লৈ মোক পৰম উৎসাহিত কৰিব ৷ আপোনালোকেই ইয়াৰ চালিকাশক্তি ৷ আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শলৈ আগ্ৰহেৰে বাট চাই ৰ'লোঁ ৷
এইখিনিতে আপোনালোক সদৌটিলৈকে মোৰ অকৃত্ৰিম শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ৷
- ডেভিদ স্বৰ্গীয়াৰী
 |
## |
ব্লগটো সম্পৰ্কে আপোনালোকৰ বহুমূলীয়া মন্তব্য তথা দিহা-পৰামৰ্শলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰ'লোঁ ...
ReplyDeleteব্লগটো খুবেই সুন্দৰ হৈছে ৷ এই যাত্ৰা অব্যাহত ৰাখা ৷
Deleteব্লগটো পঢ়ি সচাঁকৈয়ে আনন্দিত হ'লোঁ ৷ খুব সুন্দৰ হৈছে ৷
Deleteআগলৈকো ভাল ভাল লেখনি পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ ৷
ReplyDeleteতোমাৰ সপোন সাৰ্থক হওক- তাৰেই কামনা কৰিলোঁ ৷ এইদৰেই আগবাঢ়ি যোৱা জীৱন পথত ৷ তুমি সফল নোহোৱাৰ কোনো প্ৰশ্নই নাহে ৷
ReplyDeleteBlog টো পঢ়ি ভাল লাগিল
ReplyDelete